কৰিমগঞ্জত ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ - Brown sugar seized in Karimganj
🎬 Watch Now: Feature Video

ড্ৰাগছ বিৰোধী অভিযানত কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য(Huge amount of drugs seized in Karimganj) । অভিযানত জব্দ ৫০ লক্ষ টকাৰ ব্ৰাউন ছুগাৰ(Brown sugar seized in Karimganj) । গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে কৰিমগঞ্জৰ সমীপত থকা টোল গেটৰ সম্মুখত পৰা জব্দ কৰে ৪৩ কেছ ব্ৰাউন ছুগাৰ । ড্ৰাগছসহ আটক কৰে কামাল উদ্দিন নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক(Drug peddler arrested with drugs) । অধিক তথ্য়ৰ সন্ধানত আৰক্ষীয়ে অব্য়াহত ৰাখিছে তদন্ত ।