২০২৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূবত বিজেপিয়ে লাভ কৰিব ২৩ খন আসন - BJP to win 14 out of 14 seats in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2022, 8:30 AM IST

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব ২৩ খন আসন । অসমৰ ১৪ খন আসনৰ ১৪ খন আসনে লাভ কৰিব বিজেপি দলে(BJP to win 14 out of 14 seats in Assam) । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ । তেওঁ লগতে কয় যে বৰ্তমান ৬ খন আসন বিৰোধীৰ দখল২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূবত BJPয়ে ২৩ আসন দখল কৰিব বুলি দাবী সাংসদ দিলীপ শইকীয়াৰ । আনহাতে অসমৰ ১৪ খন আসনৰ ১৪ খনেই লাভ কৰিব বিজেপি দলে(BJP to win 14 out of 14 seats in Assam) । এক অনুষ্ঠাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । তেওঁ লগতে কয় যে বৰ্তমান ৬ খন আসন বিৰোধীৰ দখলত আছে যদিও ১৯ খনেই বিজেপিৰ দখলত আছে । অনাগত লোকসভা নিৰ্বাচনত উত্তৰ-পূবত মিত্ৰজোঁটে ২৩ খন আসনে লাভ কৰিব । উত্তৰ পূবৰ দায়িত্বত থকা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে যুঁজিব ইচ্ছা নাই । ৰাহুল গান্ধী অথবা ছোনিয়া গান্ধীৰ সৈতে বিৰুদ্ধে যুঁজিবলৈ ভাল পালেহেতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছৰ দখলত পঞ্চায়ত, বিধানসভা, লোকসভা একোৱে নাই । কংগ্ৰেছৰ বেয়াৰ পৰা শোচনীয়ৰ ফালে গৈছে । সেই এতিয়া কংগ্ৰেছৰ বিধায়কে বিজেপি আৰু অন্য দললৈ যাব বিচাৰিছে । কংগ্ৰেছৰ বেলি মাৰ গৈছে । কংগ্ৰেছে বহু বছৰলৈ সফলতা লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই । ত আছে যদিও ১৯ খনে বিজেপিৰ দখলত আছে । অনাগত লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে ২৩ খন আসনে লাভ কৰিব । উত্তৰ পূবৰ দায়িত্বত থকা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে যুঁজিব ইচ্ছা নাই । ৰাহুল গান্ধী অথবা ছোনিয়া গান্ধীৰ সৈতে বিৰুদ্ধে যুঁজিবলৈ ভাল পালে হেতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছৰ দখলত পঞ্চায়ত, বিধানসভা, লোকসভা একোৱে নাই । কংগ্ৰেছৰ বেয়াৰ পৰা শোচনীয়ৰ ফালে গৈছে । সেই এতিয়া কংগ্ৰেছৰ বিধায়কে বিজেপি আৰু অন্য দললৈ যাব বিচাৰিছে । কংগ্ৰেছৰ বেলি মাৰ গৈছে । কংগ্ৰেছে বহু বছৰলৈ সফলতা লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.