First Monday of Shravan: কলিয়াবৰৰ শিৱ মন্দিৰসমূহত ভক্তৰ ভিৰ - ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ
🎬 Watch Now: Feature Video

আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ(First Monday of the month of Shravan)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমূহত আজি অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ৷ সমান্তৰালকৈ কলিয়াবৰৰ বিভিন্ন শিৱ মন্দিৰ সমূহতো পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰেহি । দেওবাৰে নিশা শিৱভক্তৰ বন্দনাৰে মুখৰিত হৈ পৰে হাতীমূৰাস্থিত দূৰ্গা মন্দিৰ ।