First Shravan Sombar : শাওণৰ প্ৰথম সোমবাৰ উপলক্ষে মহানগৰীৰ শিৱ মন্দিৰ সমূহত ভক্তৰ ভিৰ - শাওণৰ প্ৰথম সোমবাৰ
🎬 Watch Now: Feature Video

আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ (First Shravan Sombar) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ শিৱ মন্দিৰ সমূহতো অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় । মহানগৰীৰ বশিষ্ঠ মন্দিৰতো দেওবাৰে নিশাৰে পৰা ভক্তই আহি ভিৰ কৰে (Holi Shravan month start)। ক'ভিড সৃষ্ট দুটা বছৰৰ পিছত এইবাৰ ভক্তসকলে কোনো ক'ভিড বিধি নোহোৱাকৈ পূজা অৰ্চনা কৰিছে ।