দা জোকাৰি পুলিচক আইন শিকালে গৰু চোৰ পেটুৱাই - যোৰহাটত গৰু চোৰ
🎬 Watch Now: Feature Video

এইবাৰ পুলিচক আইনৰ পাঠ পঢ়ালে চোৰে (Thief took law class of police) ৷ যোৰহাটত গৰু চোৰ (Cow thief in Jorhat) পেটুৱাক ধৰিবলৈ গৈ জোলোকা জোলোকে পানী খাবলগীয়া হ'ল অসম আৰক্ষীয়ে ৷ ঠিক শ্ব'লেৰ সেই বসন্তী আৰু বীৰুৰ দৰেই ঘটনা ৷ পিছে ঘটনাৰ কেন্দ্ৰীয় চৰিত্ৰ শ্ব'লেৰ দৰে প্ৰেমিক-প্ৰেমিকা নহয়, চোৰ আৰু পুলিচহে ৷ চাওক এই প্ৰতিবেদন ৷