thumbnail

By

Published : Mar 27, 2021, 2:20 PM IST

ETV Bharat / Videos

ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাই

৭৮ নং গহপুৰ বিধানসভা সমষ্টিৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাই ভোটাধিকাৰ সাব্যস্ত কৰে ১১৭ নং গহপুৰ এম ভি স্কুল ভোটকেন্দ্ৰত । ভোটাধিকাৰ সাব্যস্ত কৰি ৰিপুণ বৰাই এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে । উল্লেখ্য যে, তেওঁক ভোটদানত সংগ দিলে পত্নী, পুত্ৰ আৰু কন্যাই । গহপুৰৰ পৰা এইবাৰো ৰিপুণ বৰাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.