অন্ত পৰিল পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা - ২৭ তম পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা
🎬 Watch Now: Feature Video
অৱশেষত অন্ত পৰিল অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থমেলাৰ (Concludes Assams first Sharadiya Child Book Fair) । চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ, গাম্ভীৰ্যপূৰ্ণ বিষয়ক অন্তৰংগ আলাপ, কেবাখনো গ্ৰন্থ উন্মোচন, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ইত্যাদিৰে বিজয়া দশমীৰ নিশা যৱনিকা পৰিল "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ উদ্যোগত আয়োজিত ২৭ তম পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা (Child Book Fair at Puranigudam)। প্ৰতিকূল বতৰকো নেওচি দুৰ্গোৎসৱৰ মাজতে গ্ৰন্থ বিক্ৰীৰ বৰ্ধিত হাৰে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিলে লেখক, পাঠকৰ লগতে গ্ৰন্থমেলাৰ উদ্যোগক্তাসকললৈ ।