আমনিত সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক অধিৱেশন সম্পন্ন - সংস্কাৰ ভাৰতীৰ উত্তৰ অসম

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 11, 2022, 8:44 PM IST

দেওবাৰে নগাঁৱৰ আমনিত অৱস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন (28th Annual Session of Samskar Bharati)। এই অধিৱেশনৰ লগত সংগতি ৰাখি এখনি সভাৰো আয়োজন কৰা হয় । উক্ত সভাত অংশগ্ৰহণ কৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰা আৰু নৃত্য বিশাৰদ, গৱেষক মল্লিকা কন্দলীৰ লগতে অসমৰ সাহিত্য আৰু কলাৰ লগত জড়িত বহু ব্যক্তি ৷ উল্লেখ্য যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, সংস্কৃতিৰ মৰ্যাদা-স্বকীয়তা অটুট ৰাখি বিশাল ভাৰতীয় জাতি, সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি যাবলৈ বদ্ধ পৰিকৰ সংস্কাৰ ভাৰতীৰ উত্তৰ অসম ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.