প্ৰাক্তন সেনা বিষয়া সোনা উল্লাহৰ বিষয়ে কি কয় মুখ্যমন্ত্ৰীয়ে?

By

Published : Jun 1, 2019, 11:31 PM IST

thumbnail
ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া সোনা উল্লাহক বিদেশী ঘোষণা কৰি ডিটেনচন কেম্পত বন্দী কৰি ৰখাৰ সন্দৰ্ভত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য ৷ তিনিচুকীয়াৰ এ'ৰমা হোটেলত শনিবাৰে অয়োজন কৰা বিজয় উৎসৱৰ অনুষ্ঠানত উপস্থিত থাকি ম: সোনা উল্লাহক বিদেশী ঘোষণা কৰা বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.