অন্ধ্ৰপ্ৰদেশত হনুমান জয়ন্তীৰ শোভাযাত্ৰাত হিংসাত্মক পৰিস্থিতি - Hanuman Jayanti procession in Andhra Pradesh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 17, 2022, 10:26 PM IST

শনিবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ কুৰনুল জিলাৰ হোলাগুণ্ডাত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি ৷ শনিবাৰে হনুমান জয়ন্তী উপলক্ষে উলিওৱা এক শোভাযাত্ৰাত (Hanuman Jayanti procession) কোনো অচিনাকী লোকে শোভাযাত্ৰীসকললৈ শিল নিক্ষেপ কৰিছিল (Clashes erupted during Hanuman Jayanti procession) ৷ এই আক্ৰমণৰ ফলত 15 জন লোক আহত হয় (15 injured during clashes between two groups in Kurnool) ৷ তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.