thumbnail

By

Published : May 2, 2021, 9:22 PM IST

ETV Bharat / Videos

ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীৰ নিশ্চিত বিজয়

ধৰ্মপুৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ বিজয় নিশ্চিত হৈছে ৷ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৬৬,৫৫৩ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে লাভ কৰে ৪৩,৫৬০ টা ভোট । ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ বিৰুদ্ধে ২২,৯৯৩ টা ভোটৰ ব্যৱধানত জয়ী হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.