বাণিজ্য শাখাৰ নৱম স্থানত উজলিল গীতাঞ্জলি জুনিয়ৰ কলেজৰ চন্দন বৰা - উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত নৱম স্থান
🎬 Watch Now: Feature Video

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত নৱম স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গীতাঞ্জলি জুনিয়ৰ কলেজৰ ছাত্ৰ চন্দন বৰাই (HS result 2022)। নৱম স্থান দখল কৰাৰ পিছতেই শিক্ষানুষ্ঠানখনত উৎসৱমুখৰ পৰিবেশ (HS commerce result 2022)। বাণিজ্য শাখাত নৱম স্থান দখল কৰা চন্দন বৰাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...