thumbnail

By

Published : May 9, 2022, 4:44 PM IST

ETV Bharat / Videos

জি-১ টাৱাৰৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত চালে অমিত শ্বাহে

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah at Indo Bangladesh Border) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বহু কেইজন উচ্চ পদস্থ বিষয়াই ৷ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা সীমান্ত সুৰক্ষা চকীৰ কাষেদি সীমান্ত পথেদি কালো নৈৰ দলঙৰ কাষৰ জি-১ টাৱাৰলৈ যায় অমিত শ্বাহ (Amit Shah visits G 1 tower) ৷ লগতে অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ অংশত অৱস্থিত মানকাচৰৰ বি এছ এফ কেম্পত শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ (Amit Shah meets BSF officials)৷ মানকাচৰ বি এছ এফ কেম্পতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হেলিকপ্টাৰ যোগে তামুলপুৰলৈ উৰা মাৰে অমিত শ্বাহে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.