যোৰহাটত বাইক চুৰিৰ দৃশ্য বন্দী চি চি টিভিত - CCTV captures bike theft in Jorhat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 21, 2022, 10:13 PM IST

আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্যত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত চলাইছে চোৰে লুটপাত (Rise in theft and robbery cases in Assam) । এইবাৰ যোৰহাটৰ থিয়েটাৰ হলৰ সন্মুখৰ পৰা চোৰে লৈ গ’ল বাইক ৷ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচিটিভি কেমেৰাত ৷ যোৰহাটৰ জে.বি ৰোডস্থিথ থিয়েটাৰ হলৰ সন্মুখৰ পৰা চোৰে এখন বাইক কিদৰে চোৰ কৰিবলৈ প্ৰয়াস কৰিছে, সেই সকলো দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ হৈ পৰিছে (CCTV captures bike theft in Jorhat) । তাক লৈ সচেতন মহলৰ চকু কপালত উঠিছে ৷ উল্লেখ্য যে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰে মটৰ চাইকেল চোৰ কৰি উধাও হোৱা ঘটনা সহজ হৈ পৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ৷ এতিয়া চাও আহক অন কেমেৰা চোৰৰ চুৰিকাণ্ডটো (On camera stealing video) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.