যোৰহাটত মা দুৰ্গাৰ আশীষ ল’লে বক্সাৰ অভিজিৎ বৰুৱাই - ৰাষ্ট্ৰীয় পৰ্যায় খেলুৱৈ বক্সাৰ অভিজিৎ বৰুৱা
🎬 Watch Now: Feature Video

ঢাক, ঢোল, শংখ, ঘন্টা তথা আৰতিৰ উৰুলিত মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ ৷ বৈদিক নীতি-নিয়ম অনুসৰি আজি মহা নৱমীৰ দিনা কৰা হৈছে মহিষ মৰ্দিনীৰ আৰাধনা (Maha Navami 2022) ৷ যোৰহাট আটিলা গাঁৱত উপস্থিত হৈ মা দুৰ্গাৰ আশীষ ল’লে ৰাষ্ট্ৰীয় পৰ্যায় খেলুৱৈ বক্সাৰ অভিজিৎ বৰুৱাই (Boxer Abhijit Barua visited Jorhat Puja Mandap) ৷