Book Fair at Mangaldoi: কবিৰ কবিতাৰে জীপাল হ’ল মঙলদৈ গ্ৰন্থ মেলাৰ বাকৰি - Poet Conference at Mangaldoi
🎬 Watch Now: Feature Video

মঙলদৈ প্ৰেছ ক্লাৱে আয়োজন কৰা মঙলদৈ গ্ৰন্থ মেলাৰ আজি দ্বিতীয় দিন(Book Fair at Mangaldoi) । পুৱাৰভাগৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে কবি সন্মিলন অনুষ্ঠিত হয় গ্ৰন্থ মেলাৰ বাকৰিত(2nd day of Mangaldoi Book Fair) । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থ মেলাই আয়োজন কৰা কবি সন্মিলনলৈ আহিল বহু কেইগৰাকী বিশিষ্ট কবি(Poet Conference at Mangaldoi) । প্ৰায় ৭০ গৰাকী কবিয়ে স্ব-ৰচিত কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজক আপ্লুত কৰে । এই কবি সন্মিলনৰ সঞ্চালক হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট কবি নিলীম কুমাৰ, দেৱকান্ত ৰামচিয়াৰীকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট কবি ।