ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল

By

Published : Sep 21, 2022, 7:11 AM IST

thumbnail
‘‘আমি সংবিধানৰ ভিতৰত থাকি সুৰক্ষা বিচাৰিছো ৷ আমি আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি বিচৰা নাই ৷ আমাৰ ন্যায্যতা আমাক প্ৰদান কৰক চৰকাৰে’’ ৷ মঙলবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে আক্ৰাছু কেন্দ্ৰীয় সভাপতি বলোৰাম বৰ্মনে (Bongaigaon AKRSU pressmeet for St demand) ৷ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ (ST status to six communities of Assam) দাবীত সকলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.