thumbnail

By

Published : Dec 20, 2020, 4:10 PM IST

ETV Bharat / Videos

বকোৰ বিভিন্ন প্ৰান্তত বন্য হস্তীৰ উপদ্ৰৱ

বকোৰ পাখাৰাপাৰাত আৰু মৌমানত বনৰীয়া হাতীটোৰ উপদ্ৰৱ । জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই নিশা চলাইছে তাণ্ডৱ। খাদ্যৰ সন্ধানত দুটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলোৱা দেখা গৈছে অঞ্চলটোত । ইপিনে ঘৰৰ আচবাব, বাচন-বৰ্তন ভাঙি লণ্ডভণ্ড কৰিছে বন্য হস্তীয়ে। সম্প্ৰতি পাখাৰাপাৰাৰ বিপুল কলিতা আৰু নিমাই ৰাভাৰ মৌমানৰ নিলেশ্বৰী ৰাভাৰ ঘৰ ভাঙি তাণ্ডৱ চলাইছে । বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভিত অঞ্চলবাসী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.