thumbnail

By

Published : May 3, 2021, 8:47 AM IST

ETV Bharat / Videos

ধেমাজিত বিজয় সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী ৰনোজ পেগুৱে

113 নং ধেমাজি বিধানসভা সমষ্টিত অৱশেষত বিজয় সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা পূৰ্বৰ বিধায়ক ৰনোজ পেগুৱে ৷ পেগুৱে তেওঁৰ নিকটম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক 30 হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷ ইপিনে বিজয় সাব্যস্ত কৰাৰ পিছতে বিজয়ী প্ৰাৰ্থীগৰাকীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷ সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ ৰনোজ পেগুৱে ধেমাজি বিধানসভা সমষ্টিটো নতুনকৈ গঢ় দিয়াৰ কথা প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.