thumbnail

By

Published : May 3, 2021, 6:56 AM IST

ETV Bharat / Videos

শদিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী বলীন চেতিয়াৰ জয়

শদিয়া সমষ্টিত জয় লাভ কৰিলে বিজেপি প্ৰাৰ্থী বলীন চেতিয়াই ৷ জয়ী হোৱাৰ পাচতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাৰ্থী গৰাকীয়ে সমূহ সমষ্টিবাসীক ধন্যবাদ জনোৱাৰ লগতে সমষ্টি উন্নয়নৰ বাবে আগন্তুক দিনত মন্ত্ৰীত্ব লাভৰ আশা প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.