বিশ্বনাথত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী - অসমতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
🎬 Watch Now: Feature Video

কৃষি আইন বাতিলৰ দাবীৰে 8 ডিচেম্বৰত সমগ্ৰ দেশজুৰি ভাৰত বন্ধৰ প্ৰভাৱ পৰে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ সকলোৱে কৃষি আইন বাতিলৰ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানত ৷ বিশ্বনাথটো কৃষি আইনৰ বিৰোধিতা কৰি বিভিন্ন সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷