thumbnail

By

Published : Jun 20, 2022, 2:53 PM IST

ETV Bharat / Videos

বাক্সা জিলাৰ বৰমাত কলাগুৰু বিষ্ণু ৰাভা দিৱস উৎযাপন

আজি কলাগুৰু বিষ্ণু ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকী (53rd death anniversary of Bishnu Rabha)৷ সমগ্ৰ অসমৰ লগতে বাক্সা জিলাৰ বৰমাৰ বিভিন্ন প্ৰান্তত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে (Bishnu Rabha divas)৷ বৰমাৰ কালজাৰ গাঁৱৰ শ্ৰী শ্ৰী গোপাল গোসাইঘৰ প্ৰাংগণত দুদিনীয়া কাৰ্য্যসুচীৰে উৎযাপন কৰিছে ৰাভা দিৱস । আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা বিষ্ণু ৰাভাৰ পতকা উত্তোলন, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি নিৰেণ ৰাভা আৰু কাৰ্যকৰী সভাপতি ধনজিৎ মেধিয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.