75th years of Independence: বিহপুৰীয়াত স্বাধীনতা দিৱসৰ প্ৰস্তুতি - Bihpuria Independance Preparetion

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2022, 9:58 AM IST

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা(Independence Day preparation) । লখিমপুৰ জিলাৰ বিহপুৰীয়াতো দেখা পোৱা গৈছে একে পৰিৱেশ(75th years of Independence) ৷ বিহপুৰীয়াৰ বদতি জামুগুৰি নাট্য সমাজৰ প্ৰেক্ষাগৃহত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি । ছাত্ৰ-ছাত্ৰীসকলক লৈ স্থানীয় উদ্যমী মহিলা ৰুণু বৰদলৈয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ কেইবাটিও দেশপ্ৰেমমূলক গীতৰ বাবে বৰদলৈৰ ওচৰত ছাত্ৰ-ছাত্ৰীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ অহা 15 আগষ্টৰ দিনা এইসকল ছাত্ৰছাত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰিব ৷ স্থানীয় বিদ্যালয়সমূহৰ লগতে বহুকেইটা অনুষ্ঠানত এই সকল ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.