ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

Daily horoscope for 8th February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 8, 2025, 6:27 AM IST

  1. মেষ ৰাশি : আজি ভাল সুযোগ লাভ কৰিব ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল, ব্যৱসায় বৃদ্ধিত লাভ অৰ্জন ৷
  2. বৃষ ৰাশি : সন্তানৰ সফলতাৰ বাবে দিনটো আনন্দময় হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ দৰমহা ভাল হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  3. মিথুন ৰাশি : খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ জীৱনত পৰিব পাৰে ৷ হানিকাৰক আলোচনা বা পৰচৰ্চা নকৰিব ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷
  4. কৰ্কট ৰাশি : দিনটো ভাল ৷ টকা-পইচা নিশ্চিত হʼব পাৰে ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়া নিজৰ প্ৰেমৰ লগত সময় কটাব ৷
  5. সিংহ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ সৌন্দৰ্য চৰ্চা কৰক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷
  6. কন্যা ৰাশি : খৰচ বৃদ্ধি ৷ টকা-পইচা সাৱধানে খৰচ কৰক ৷ নতুন বিষয়ত অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ গ্ৰহ-নক্ষত্ৰৰ লগতে ঈশ্বৰৰ মহিমা ভাল ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত ভাল ফল লাভ ৷
  7. তুলা ৰাশি : নাৰীৰ বাবে দিনটো সৌভাগ্যশালী ৷ চৰকাৰী নথিপত্ৰ সুস্থিৰে পঢ়িহে চহী কৰিব ৷ এলেহুৱা বা নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷
  8. বৃশ্চিক ৰাশি : বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ মন পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ প্ৰেমত শুভ ৷
  9. ধনু ৰাশি : আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ প্ৰেমত শুভ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ ভাগ্য ভাল ৷
  10. মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ ভাল ফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ আজি চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷ ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে ৷ টকা-পইচা খৰচ সাৱধানে কৰিব ৷
  11. কুম্ভ ৰাশি : কাৰ্ম ব্যস্ততাৰ বাবে মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শুভবাৰ্তা লাভ ৷ আজি প্ৰায় সফল ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
  12. মীন ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো আনন্দেৰে পাৰ কৰিব ৷ গ্ৰহ-নক্ষত্ৰৰ মহিমা ভাল ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত ভাল ফল লাভ ৷ পৰিয়াল আৰু প্ৰেমৰ সম্পর্কত থকা ব্যক্তিৰ লগত সম্পৰ্ক ভাল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.