মুখ্যমন্ত্ৰীয়ে ভংগ কৰা নাই বন্যপ্ৰাণী আইন: ভবেশ কলিতা - Wild life protection act
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16484128-1099-16484128-1664257600333.jpg)
দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিশা কাজিৰঙাত প্ৰৱেশ কৰাক লৈ আৰক্ষীৰ ওচৰত যি গোচৰ ৰুজু হৈছিল সেই বিষয়ত মন্তব্য কৰি বিজেপিৰ অসম ৰাজ্যিক সভাপতি ভবেশ কলিতাই(BJP state president Bhavesh Kalita) কয় যে বন্যপ্ৰাণী আইন মুখ্যমন্ত্ৰী গৰাকীয়ে ভংগ কৰা নাই(Wild life protection act) । আৰক্ষীৰ ওচৰত গোচৰ তৰাৰ সলনি সকলোৱে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদহে দিয়া উচিত । কাজিৰঙাৰ সংৰক্ষণ, শোভাবৰ্ধনৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাজিৰঙাক জাকত জিলিকা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে(FIR against CM Himanta Biswa Sarma) । ইয়াৰ উপৰিও বিজেপি চৰকাৰৰ দিনতেই কাজিৰঙাত গড় হত্যা বন্ধ হোৱা বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।