বজালীত কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাৰ মনোনয়ন দাখিল - শান্তনু শৰ্মা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11063893-thumbnail-3x2-jk.jpg)
ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ বৃহস্পতিবাৰে বজালী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত পাটাছাৰকুছি সমষ্টিৰ কংগ্ৰেছ-এআইডিএফৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শান্তনু শৰ্মাই দাখিল কৰে মনোনয়ন ৷ শতাধিক সমৰ্থকক লগত লৈ বিহু নৃত্যৰে সমদল কৰি প্ৰাৰ্থী গৰাকীয়ে দাখিল কৰে মনোনয়ন ৷