বাইহাটাত পালন বিশ্ব শিশু দিৱস - কেনিয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 1, 2019, 9:25 PM IST

শনিবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰৰ লেজাত বিশ্ব শিশু দিৱস পালন কৰা হয় । বাইহাটা কমলপুৰৰ জেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত উদযাপন কৰা এই শিশু দিৱসত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত কৰা হয় । ১৪ নৱেম্বৰত ভাৰতত শিশু দিৱস পালন কৰা হয় যদিও ১৯৫০ চনতে কেনিয়াত প্ৰথমে বিশ্ব শিশু দিৱস পালন কৰা হৈছিল বুলি বাইহাটা কমলপুৰ জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.