An awareness program on Road Safety: বিহপুৰীয়াত পৰিবহণ বিভাগৰ সজাগতা সভা - Lakhimpur Transport Department

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 10, 2022, 7:28 PM IST

সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত লখিমপুৰ জিলা পৰিবহণ বিভাগৰ (Lakhimpur Transport Department)প্ৰশংসনীয় পদক্ষেপ ৷ সমান্তৰালকৈ শুকুৰবাৰে লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত বিহপুৰীয়া মহাবিদ্যালয়ত এখন পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰা হয়(Awareness Program of Transport Department at Bihpuria) । এই সভাত মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সজাগতা সভাত পৰিবহণ বিভাগৰ বিষয়াসকলে মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলক পৰিবহণ বিভাগৰ বিভিন্ন নীতি নিৰ্দেশনা সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে সেই সমূহ মানি চলিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.