কলিয়াবৰত আয়োজন সৰ্প দংশনৰ চিকিৎসা সম্পৰ্কত সজাগতা সভা - সৰ্প দংশনৰ চিকিৎসা সম্পৰ্কত সজাগতা সভা
🎬 Watch Now: Feature Video

কলিয়াবৰৰ কুৱৰীটোল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত মঙলবাৰে আয়োজন কৰা হয় সৰ্প দংশন আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে এক সজাগতা সভা ৷ এই সভাত সৰ্প দংশনৰ চিকিৎসা বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে সমল ব্যক্তি তথা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই কুঁৱৰীটোল গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰাঞ্জল গোস্বামী আৰু চিকিৎসাকৰ্মী তথা মহকুমা প্ৰশাসনৰ সহযোগত সজাগতা সভাৰ আয়োজন কৰা হয় (Awareness meeting held in Kaliabor)। ডাঃ গিৰিয়ে সৰ্প দংশনৰ পিছত ল’ব লগা সাৱধানতা আৰু চিকিৎসা বিষয়ত আলোকপাত কৰে ।