thumbnail

By

Published : May 29, 2019, 2:46 PM IST

Updated : May 29, 2019, 2:58 PM IST

ETV Bharat / Videos

কেনে আছে ঐতিহাসিক ধুবুৰী চহৰ?

বহু ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ পশ্চিম অসমৰ ধুবুৰী চহৰ ৷ ব্ৰিটিছৰ দিনৰে পৰা চহৰখনৰ আছিল বিশেষ গুৰুত্ব ৷ কিন্তু বৰ্তমানৰ দেশীয় চৰকাৰে গুৰুত্ব দিছেনে চহৰখনৰ প্ৰতি? পৰ্যটনৰ অপাৰ সম্ভাৱনাৰে পৰিপূৰ্ণ চহৰখন কেনে আছে এতিয়া?
Last Updated : May 29, 2019, 2:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.