thumbnail

নিশা চিকিৎসালয়ত বাধ্যতামূলক চিকিৎসকৰ উপস্থিতি

By

Published : May 18, 2021, 7:51 PM IST

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ ৷ চিকিৎসালয় সমূহত নিশা চিকিৎসকৰ উপস্থিতি বাধ্যতামূলক । মঙলবাৰে নিশা ২ বজাত ভিডিঅ’ কল যোগে মুখ্যমন্ত্ৰীয়ে খোদ নিৰীক্ষণ কৰিব চিকিৎসাৰ ব্যৱস্থা । ক’ভিড ৰোগত মৃত্যু হোৱা লোকৰ সৎকাৰৰ খৰচ জিলা প্ৰশাসনে বহন কৰিব লাগিব । ইয়াৰ উপৰিও অতি শীঘ্ৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ বিচনাৰ সংখ্যা ৪০ খনৰ পৰা ৭০ খনলৈ উন্নতি কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.