নিশা চিকিৎসালয়ত বাধ্যতামূলক চিকিৎসকৰ উপস্থিতি - Tezpur medical college
🎬 Watch Now: Feature Video
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ ৷ চিকিৎসালয় সমূহত নিশা চিকিৎসকৰ উপস্থিতি বাধ্যতামূলক । মঙলবাৰে নিশা ২ বজাত ভিডিঅ’ কল যোগে মুখ্যমন্ত্ৰীয়ে খোদ নিৰীক্ষণ কৰিব চিকিৎসাৰ ব্যৱস্থা । ক’ভিড ৰোগত মৃত্যু হোৱা লোকৰ সৎকাৰৰ খৰচ জিলা প্ৰশাসনে বহন কৰিব লাগিব । ইয়াৰ উপৰিও অতি শীঘ্ৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ বিচনাৰ সংখ্যা ৪০ খনৰ পৰা ৭০ খনলৈ উন্নতি কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।