thumbnail

Angoorlata at state BJP official meet: ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত আঙুৰলতা

By

Published : Jul 9, 2022, 5:29 PM IST

ডিব্ৰুগড়ত আয়োজিত হ’ল ৰাজ্যিক বিজেপিৰ এখন বিষয়ববীয়া সভা (State BJP official meeting in Dibrugarh) ৷ এই সভাখন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কৰ্মকৰ্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ এই সভাতে আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক ভেঁটি কেনেকৈ শক্তিশালী কৰা হ’ব এই বিষয়ত আলোচনা কৰা হ'ব ৷ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত আয়োজিত হোৱা এই সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই (Angoorlata Deka attend State BJP official meeting in Dibrugarh) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.