এইবাৰ নিজে ট্ৰেক্টৰ চলাই কঠিয়া সিঁচিলে মন্ত্ৰী অতুল বৰাই

By

Published : Jul 3, 2022, 3:59 PM IST

thumbnail
এইবাৰ নিজে ট্ৰেক্টৰ চলাই কঠিয়া সিঁচিলে মন্ত্ৰী অতুল বৰাই ৷ বোকাখাত সমষ্টিৰ বানত (Flood at Bokakhat) ক্ষতিগ্ৰস্ত প্ৰায় 25 হাজাৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কমিউনিটি নাৰ্ছাৰীৰ জৰিয়তে বোকাখাতত কৃষি বিভাগে পাৰিছে কঠিয়া । বোকাখাতৰ পানবাৰীস্থ কৃষিপামৰ ২০ হেক্টৰ মাটিত স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাই (Minister Atul Bora at Bokakhat) নিজেই উন্নত মানদণ্ডৰ বাহাদুৰ চাব ওৱান প্ৰজাতিৰ শালি ধানৰ কঠিয়া পাৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Agriculture department Providing succor to flood affected farmers) । আনহাতে অনাগত দিনত ৰাজ্যৰ আন আন প্ৰান্ততো এনেদৰে কঠিয়া পৰাৰ ব্যৱস্থা কৰাৰ পদক্ষেপ ল’ব বুলি ৰাজ্যৰ কৃষিবিভাগে জানিব দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.