বাক্সাত বানাক্ৰান্তলৈ সহায়ৰ হাত এবছুৰ - Flood relief camp in baksa
🎬 Watch Now: Feature Video
ৰাজ্যজুৰি বানৰ এক অবৰ্ণনীয় পৰিৱেশ (Flood situation in assam) । বন্যাৰ্তৰ নাজল-নাথল অৱস্থা । এনে সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত ঠিয় দিছে দল-সংগঠন তথা বহু সুহৃদয়বানে(Flood relief camp in baksa) । দেওবাৰে বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ দিঘেলীত আশ্ৰয় শিবিৰত সাহাৰ্য প্ৰদান কৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই ৷ ছাত্ৰ সংগঠনটোৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰি বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰে ৷ জানিবপৰা মতে শিবিৰটোত বৰ্তমান প্ৰায় চল্লিশটা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে(Flood situation of Baksa) ৷