বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত আছুৰ বিক্ষোভ - গোলাঘাট জিলা ছাত্ৰ সন্থা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 30, 2022, 6:30 PM IST

বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ(AASU Protest in Golaghat) ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে(Declare Assam's flood and erosion a national problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰেই সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই । ইফালে, সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা বাবে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.