বিহু বুলি নাচি উঠিলে এগৰাকী কনিষ্টবল - বিহু বুলি নাচি উঠিলে এগৰাকী কনিষ্টবল
🎬 Watch Now: Feature Video

ৰঙালী বিহুৰ বাবে ৰাজ্যজুৰি বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ (Rangali Bihu 2022) ৷ ঢোল-পেঁপাৰ শব্দত ৰজনজনাই উঠিছে চৌদিশ (Assamese festival) ৷ এনেহেন বতৰত কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা আঁতৰি থাকিলেও বিহু বুলি এপাক নাচিবলৈ কাৰ নো মন নাযায় ৷ তাৰ মাজতে কলিয়াবৰত বিহু বুলি এপাক নাচি উঠিছে এগৰাকী আৰক্ষী জোৱানে ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ মুকলি বিহু অনুষ্ঠানত (AASU organized Rongali Bihu at Kaliabor) আৰক্ষী জোৱানজনৰ এই নৃত্যই আকৰ্ষণ কৰে উপস্থিত সকলোৰে।