thumbnail

By

Published : Aug 13, 2020, 8:57 PM IST

ETV Bharat / Videos

স্বাধীনতা দিৱসক লৈ বিশ্বনাথত ব্যাপক প্ৰস্তুতি

বিশ্বনাথ, 13 আগষ্ট : সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো 74 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে জিলা প্ৰশাসন ৷ যাৰবাবে জিলা প্ৰশাসনে বিশ্বনাথ চাৰিআলিৰ কাছাৰী মৰ্দানত প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ক'ভিড-19 ৰ বাবে বিশ্বনাথ জিলাতো অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস ৷ বিগত বছৰৰ দৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ নকৰে স্বাধীনতা দিৱসত ৷ কেৱল সীমিত সংখ্যক লোকৰ মাজেৰে জিলা প্ৰশাসনে 74 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.