কি‌য় কিডনী বিক্ৰী নকৰি কলকাতাৰ পৰা উভতি আহিছিল কাঠমিস্ত্ৰী বৈৰাগী ?

By

Published : Aug 2, 2021, 7:14 PM IST

thumbnail

মৰিগাঁও জিলাৰ ধৰমতুলত কিডনী (Kidney) ব্যৱসায়ী চক্ৰৰ তথ্য পোহৰলৈ অনাৰ লগতে বহুকেইজন অপৰাধীক আটক কৰিছে আৰক্ষীয়ে ৷ দৰাচলতে ধৰমতুলৰ লোকসকলে কিডনী বিক্ৰী কৰাৰ আঁৰৰ ৰহস্য কি ? এই সন্দৰ্ভত ইটিভি ভাৰত (ETV Bharat)য়ে চলোৱা এক অভিযানত ধৰমতুলৰ বহুকেইগৰাকী দৰিদ্ৰ লোকে কিডনী (Kidney) বিক্ৰী কৰা বা কৰিবলৈ সিদ্ধান্ত লোৱাৰ আঁৰৰ ৰহস্য ফাদিল কৰে ৷ এই দুখীয়া লোকসকলৰ দৰিদ্ৰতাৰ কথা ইতিমধ্যে ইটিভি ভাৰতযোগে সবিস্তাৰে প্ৰকাশ কৰা হৈছে ৷ কিন্তু এই অভিযানত আকৌ পোহৰলৈ আহিছে ধৰমতুলৰ কাঠমিস্ত্ৰী বৈৰাগীৰ কিডনী বিক্ৰী কৰিবলৈ লোৱাৰ আঁৰৰ ৰহস্য ৷ কি‌য় কিডনী বিক্ৰী নকৰি কলকাতাৰ পৰা উভতি আহিছিল কাঠমিস্ত্ৰী বৈৰাগী ? চাওক এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.