ক’ত আছে আজান ফকীৰৰ এধাৰি তজবীৰ-ৰুদ্ৰাক্ষ মালা-চিলচিলা ? - ক’ত আছে আজান ফকীৰৰ এধাৰি তজবীৰ ৰুদ্ৰাক্ষ মালা চিলচিলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13545926-thumbnail-3x2-samoguri.jpg)
হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰীতিৰ চানেকি আজিও বিৰাজমান অসমৰ বিভিন্ন প্ৰান্ত ৷ কেৱল আজান-ফকীৰৰ জিকিৰ-জাৰিয়েই নহয়, আজান-পীৰৰ বহু আপুৰুগীয়া সম্পদ আজিও অক্ষত অৱস্থাত পোৱা যায় অসমৰ বিভিন্ন প্ৰান্তত ৷ তাৰেই এক উদাহৰণ হৈছে নগাঁও জিলাৰ পুৰণিগুদাম মাজগাঁৱৰ এটি পৰিয়াল ৷ আজিও এই পৰিয়ালটোত বিজড়িত হৈ আছে আজান-পীৰৰ স্মৃতি ৷