ডিব্ৰুগড়ৰ মাৰোৱাৰিপট্টিৰ পূজা মণ্ডপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - marwari patty puja mandap dibrugarh
🎬 Watch Now: Feature Video

ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীৰ পূজাঘাটৰ পূজা মণ্ডপত দেৱীৰ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । হেজাৰ হেজাৰ ভক্তৰ মাজত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী । ইয়াৰ লগতে ডিব্ৰুগড়ৰ আন কেইবাখনো পূজা মণ্ডপত আশীৰ্বাদ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ সোণোৱালক সংগ দিয়ে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক স্বেতাং মিশ্ৰা আদিয়ে ৷