thumbnail

ডাঃ বিক্ৰমজিৎ বৰাৰ বাসগৃহত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Sep 10, 2021, 5:25 PM IST

যোৰহাটৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিখোঁজ হৈ থকা ডাঃ বিক্ৰমজিৎ বৰাৰ বৰিগাঁওস্থিত আৱাসগৃহত উপস্থিত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালে চিকিৎসকজনৰ পৰিয়ালৰ লোকৰ লগত মত বিনিময় কৰা লগতে অতি সোনকালে ডাঃ বিক্ৰমজিৎ বৰাক বিচাৰি উলিয়াব বুলি আশ্বাস প্ৰদান কৰে ৷ আনহাতে নিমাতীঘাট নাও দুৰ্ঘটনাত নিখোঁজ হৈ থকা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰা আৰু ঈন্দ্ৰেশ্বৰ বৰাৰ সন্ধানত এচডিআৰএফ আৰু এনডিআৰএফে বুধবাৰৰে পৰা চলাই আহিছে তীব্ৰ অভিযান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.