New education policy : অসমীয়াৰ লগতে আন আন উত্তৰপূৱৰ ভাষাত অনুষ্ঠিত হ’ব JEE পৰীক্ষা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 20, 2021, 7:40 PM IST

কেৱলমাত্ৰ ইংৰাজী আৰু হিন্দী ভাষাতে JEE ৰ দৰে আগশাৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দিন এতিয়া গ’ল ৷ এতিয়া 13 ভাৰতীয় ভাষাত অনুষ্ঠিত হয় JEE পৰীক্ষা ৷ কিন্তু, এইয়াই শেষ নহয় ৷ ক’ম দিনত অসমীয়াৰ লগতে মনিপুৰী, মিচিং আৰু মেঘালয়ৰ ভাষাতো এই পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সম্ভাৱনীয়তা ব্যক্ত কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Union Minister of Education Dharmendra Pradhan ) ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা উত্তৰ-পূৱ শিক্ষা সমাৰোহ(North east education conclave )ত উপস্থিত থাকি এই কথা নিজৰ বক্তব্য যোগে প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.