গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ অত্যাধুনিক জাহাজ - জাহাজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13105849-thumbnail-3x2-m.jpg)
শনিবাৰে গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ জাহাজ(Ship) ৷ 8 ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ(Ferry Accidenr) পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) এটা ইঞ্জিনযুক্ত ফেৰীসমূহ বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল ৷ যাৰ ফলস্বৰূপে যাত্ৰীসকলে পাৰাপাৰ হোৱাত অসুবিধাৰ সন্মুখীন হৈছিল ৷ শেহতীয়াকৈ চৰকাৰৰ ঘোষণা অনুসৰি, মাজুলীলৈ অহা দুখন অত্যাধুনিক জাহাজ কমলাবাৰী ঘাটৰ সন্মুখেৰে নিমাতীঘাটলৈ ৰাওনা হৈছে । ইয়াৰে এখন যাত্ৰীবাহী জাহাজ আৰু আনখন মালবাহী জাহাজ । চাওক এই প্ৰতিবেদন...