thumbnail

By

Published : Nov 10, 2021, 5:03 PM IST

ETV Bharat / Videos

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট দুজনকৈ কৰ্মচাৰী

গুৱাহাটীৰ খানাপাৰাত অঘটন । একেলগে বিদ্যুৎস্পৃষ্ট (electrocuted) হ'ল দুজনকৈ যুৱক । উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় যুৱক দুজন । যুৱক দুজন ক্ৰমে চাদ্দাম হুছেইন আৰু ছফিকুল ইছলাম । বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আছিল যুৱক দুজন । বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ । জানিব পৰা মতে বিদ্যুৎ কৰ্তন নকৰি কাম কৰাৰ বাবেই বিদ্যুৎস্পৃষ্ট হয় যুৱক দুজন । স্থানীয় লোকৰ তৎপৰতাত লোক দুজনক ভৰ্তি কৰোৱা হয় হেলথ চিটি হাস্পতালত (Health City Hospital) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.