তিনিচুকীয়াত চিকিৎসকৰ কামনাৰ বলি যুৱতী - tinsukia civil

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2019, 3:26 AM IST

তিনিচুকীয়াত চিকিৎসকৰ কামনাৰ বলি এগৰাকী যুৱতী ৷ ১৫ আগষ্টত লম্পট চিকিৎসক গৰাকীয়ে কামৰ দোহাই দি যুৱতী গৰাকীক দত্ত গাৰ্লছ হোষ্টেলৰ পৰা জৰুৰী ভাৱে মতাই আনে নিজ চেম্বাৰলৈ। চেম্বাৰৰত কোনো নথকাৰ সুযোগ বুজি ডা০ গৌৰী শংকৰ গগৈয়ে যুৱতী গৰাকীক ধর্ষণৰ চেষ্টা চলাই । এই সন্দৰ্ভত চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.