thumbnail

গোৱালপাৰাত গ্ৰেপ্তাৰ তিনি আইছিছ সন্ত্ৰাসবাদী

By

Published : Nov 26, 2019, 1:31 PM IST

দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু গোৱালপাৰা আৰক্ষীৰ যুটীয়া অভিযানত গোৱালপাৰা চহৰৰ মধুবন লাজৰ পৰা সোমবাৰে আইছিছ সন্ত্ৰাসবাদৰ লগত জড়িত থকা তিনিজন আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ ৷ তিনিও সন্ত্ৰাসবাদীৰ মাজৰ লুইত জমিউল জামাল নামৰ এজন সন্ত্ৰাসবাদী গোৱালপাৰা পাঞ্জাৱ বেংকত নিয়োজিত হৈ আছিল আধাৰ কাৰ্ডৰ কামত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.