অপহৰণৰ 30 দিন : ৰিতুল শইকীয়াৰ মুখেৰে সবিশেষ বৰ্ণনা

By

Published : May 23, 2021, 1:36 PM IST

thumbnail
লাকুৱা তেল খাদৰ পৰা কিদৰে অপহৰণ কৰা হৈছিল ৰিতুল শইকীয়া ? কেনেদৰে প্ৰায় এমাহ কটাইছিল ঘন-জংঘলৰ মাজত ? আলফা স্বাধীনে ম্যানমাৰ লৈ নি থকা অৱস্থাত ৰাস্তাত কি কি খাদ্য খাইছিল, কেনে পৰিস্থিতিৰ মাজেৰে কৰিছিল যাত্ৰা ৷ সবিশেষ বৰ্ণনা শুনক অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুখেৰে...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.