তিতাবৰত পূজাৰী ক'ভিড-১৯ ত আক্ৰান্ত - পূজাৰী গৰাকীয়ে শাৰীৰিক অসুস্থতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2021, 10:47 PM IST

তিতাবৰত পূজাৰীৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি । তিতাবৰৰ দফলাটিং মন্দিৰৰ পূজাৰী আৰু তেওঁৰ পুত্ৰৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি ।পূজাৰী গৰাকীয়ে শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকৰ কাষ চাপিছিল ৷ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত গোপাল শৰ্মা নামৰ পূজাৰী গৰাকীক ক'ভিডৰ পৰীক্ষা কৰাত ক'ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, গোপাল শৰ্মাৰ পুত্ৰ সুনীল শৰ্মা কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.