thumbnail

By

Published : Nov 18, 2021, 10:59 PM IST

ETV Bharat / Videos

আমিনগাঁৱৰ পৰা অপহৃত কিশোৰী

ঔদ্যোগিক নগৰী আমিনগাঁৱত কামৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ অপহৰণ অসমৰ কিশোৰী । অপহৃত কিশোৰীগৰাকী আমিনগাঁও মৰিয়াপট্টিৰ শিৱ চৌধুৰীৰ জীয়ৰী খুচী চোধুৰী(১৮) বুলি জানিব পৰা হৈছে ৷ বিগত চাৰিদিন ধৰি নিৰুদিষ্ট হৈ আছে খুচী চৌধুৰী ৷ কোনো দুষ্ট চক্ৰই কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰীগৰাকীক ফুচুলাই নিয়াৰ অভিযোগ কৰিছে পৰিয়ালে । ঘটনা সংক্ৰান্তত আমিনগাঁও আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে খুচী চৌধুৰীৰ পৰিয়ালে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.