thumbnail

By

Published : Dec 10, 2020, 5:36 PM IST

ETV Bharat / Videos

তিতাবৰত তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ পালন

যোৰাহাটৰ তিতাবৰ ক্ৰীড়া প্ৰকল্পত বৃহস্পতিবাৰে পালন কৰা হয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ পুৱাৰে পৰা ভক্তি মূলক গীতেৰে মুখৰিত হৈ পৰে তিতাবৰ ক্ৰীড়া প্ৰকল্প ৷ পত্নী দলি গগৈয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনালে স্বামী তথা অসমৰ তিনিটাকৈ কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ লগতে পত্নী ডলি গগৈ, জীয়ৰী চন্দ্ৰীমা গগৈ ,ভাতৃ দ্বীপ গগৈকে আদি কৰি কংগেছৰ বহু কেইজন জেষ্ঠ নেতা ৷ জাতি,ধৰ্ম নিবিশেষে অগনণ লোকে অংশগ্ৰহণ কৰে প্ৰয়াত নেতা গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.